Ojanite Tumi
Similar songs
Xopun Nixa
WRISHI05:05
Xorotor Ratipuwa
Mrityunjoy Kakati04:32
Tumi Bohag Mur
Avinav Hazarika,Sens3i,Rup04:13
Sway
Debaxixx02:43
Similar Songs
Xopun Nixa
WRISHI
Xorotor Ratipuwa
Mrityunjoy Kakati
Tumi Bohag Mur
Avinav Hazarika,Sens3i,Rup
Sway
Debaxixx
About song
Genre :Chill
5522 Plays
Copyright © Meetup Music
Lyrics
অজানিতে কিনো মৰম সানি দিলা
পলকতে কিনো সপোন আঁকি দিলা
অজানিতে কিনো মৰম সানি দিলা
পলকতে কিনো সপোন আঁকি দিলা
ধিপ্ ধিপ্ ধিপ্ কলিজা কঁপে
তুমি কাষেৰে পাৰ হ'লে
চিকিমিকি সপোনে ক'লে
তুমি হ'বানে এবাৰ মোলে
তুমি মন কাগজৰ কবিতা হোৱানা
তুমি মোৰ আলসুৱা বুকুতে ৰোৱানা
অজানিতে ৰঙীন আবেলিয়ে
নুবুজাকে কি ৰহণ সানি দিলে
অজানিতে ৰঙীণ আবেলিয়ে
নুবুজাকে কিনো সপোন আঁকি দিলা
দুটি মনৰ অবুজ ভাষাৰে কি সুৰ চতিয়ালে
এসাগৰ পানীৰ মাজতে কাগজৰ নাঁও সাজিমে
তুমি মোৰ কলমৰ চিয়াঁহী হোৱানা
মলয়াৰ দলিচাতে কবিতা লিখানা